পৰীক্ষাগাৰত
ঔষধৰ প্ৰতি সংবেদনশীলতাৰ পৰীক্ষা (Drug susceptibility testing) কৰাটোৱেই হ’ল বহু-ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগ
চিনাক্ত কৰাৰ প্ৰচলিত পদ্ধতি। ইয়াৰ দ্বাৰা যক্ষ্মাৰোগৰ বীজাণুৰ ওপৰত আইচ’নিয়াজিদ্, ৰিফাম্পিন্,
ইথাম্বুটল্ আৰু পাইৰাজিনেমাইদ্ - এই চাৰিবিধ মূল ঔষধৰ ক্ৰিয়া সম্পৰ্কে জানিব পৰা
যায়। কিন্তু এই প্ৰক্ৰিয়াৰ দ্বাৰা অত্যন্ত ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগ চিনাক্ত কৰিব
নোৱাৰি। এই সমস্যাৰ সমাধানকল্পে উক্ত পৰীক্ষাত মূল চাৰিবিধ ঔষধৰ উপৰি আন দ্বিতীয়
পৰ্য্যায়ৰ ঔষধো অন্তৰ্ভুক্ত কৰা হয়। এইধৰণৰ পৰীক্ষাক Bactec MGIT
960 System বোলা হয়। যদিওবা এই পদ্ধতি যথেষ্ট কাৰ্য্যক্ষম, ইয়াৰ দ্বাৰা বীজাণুৰ ঔষধ প্ৰতিৰোধী
ক্ষমতা নিৰূপণ কৰাটো এক অতি ধীৰ প্ৰক্ৰিয়া।
সম্প্ৰতি মাইক’বেক্টেৰিয়াম্ টিউবাৰ্কুল’চিচৰ ঔষধ প্ৰতিৰোধী ক্ষমতা
নিৰূপণ কৰাৰ ক্ষেত্ৰত যথেষ্ট পদ্ধতিগত প্ৰগতি হৈছে। ২০১১ চনত কাঞ্চন নামৰ এজন
বিজ্ঞানী আৰু তেওঁৰ সহযোগীসকলে Reverse Line Blot Hybridization Assay (RLBH) নামৰ এক পদ্ধতি আৱিষ্কাৰ কৰে, যাৰ সহায়ত অত্যন্ত ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগ কম সময়ৰ ভিতৰতে চিনাক্ত কৰিব পৰা যায়। ২০১৪
চনত ইম্পেৰিয়েল আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে Direct Nitrate Reductase Assay (D-NRA) নামৰ আন এটা
পদ্ধতি আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়, যাৰ দ্বাৰা আইচ’নিয়াজিদ্,
ৰিফাম্পিচিন্, কেনামাইচিন্ আৰু অ’ফ্লক্সাচিন্ নামৰ চাৰিবিধ ঔষধৰ বিপক্ষে মাইক’বেক্টেৰিয়াম্ টিউবাৰ্কুল’চিচৰ ঔষধ প্ৰতিৰোধী ক্ষমতা
একেসময়তে নিৰূপণ কৰিব পৰা যায়। এই পদ্ধতিৰ আন এটা উপযোগিতা হ’ল এই যে কম খৰচতে যিকোনো সাধাৰণ
পৰীক্ষাগাৰত এই পৰীক্ষাটো কৰিব পৰা যায়।
চিকিৎসা
বহু আৰু অত্যন্ত ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ চিকিৎসাৰ মূল নীতি একেটাই। ইয়াৰ
বাবে প্ৰায় দুবছৰ ধৰি দীৰ্ঘকালীনভাৱে দ্বিতীয় পৰ্য্যায়ৰ যক্ষ্মাৰোগ-বিৰোধী ঔষধ
প্ৰয়োগ কৰা প্ৰয়োজন। কিন্তু এই ক্ষেত্ৰত মূল অসুবিধাটো হ’ল এই যে এনেবোৰ ঔষধ অতি দামী
আৰু ইহঁতৰ পাৰ্শ্বক্ৰিয়াও অতি বেছি।
তালিকা: বহু ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ চিকিৎসাৰ বাবে প্ৰয়োগ কৰা ঔষধসমূহ
ঔষধৰ প্ৰকাৰ
|
ঔষধ
|
গুৰুত্বপূৰ্ণ
পাৰ্শ্বক্ৰিয়াসমূহ
|
এমাইন’গ্লাইক’চাইদ্
|
ষ্ট্ৰেপ্ত’মাইচিন্,
কেনামাইচিন্, এমিকেচিন্, কেপ্ৰিয়’মাইচিন্
|
বৃক্ক আৰু কৰ্ণত
বিষক্ৰিয়া; তদুপৰি কেপ্ৰিয়’মাইচিনৰ যকৃতত বিষক্ৰিয়া
|
থায়’এমাইদচ্
|
ইথিয়’নেমাইদ্,
প্ৰথিয়’নেমাইদ্
|
মানসিক ভাৰসাম্যহীনতা, যকৃতত বিষক্ৰিয়া
|
ফ্ল’ৰ’কুইন’ল’নচ্
|
অ’ফ্লক্সাচিন্,
লেভ’ফ্লক্সাচিন্, মক্সাফ্লক্সাচিন্
|
খাদ্যনলীত বিষক্ৰিয়া,
কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ
বিকাৰজনিত লক্ষণ
|
অন্যান্য
|
পাইৰাজিনেমাইদ্
|
যকৃতত বিষক্ৰিয়া,
তেজত ইউৰিক এছিদৰ পৰিমাণ বাঢ়ি যোৱা
|
চাইক্ল’চেৰিন্
|
মূৰ্চ্ছা যোৱা,
আত্মহননৰ প্ৰৱণতা
|
|
পেৰা-এমাইন’ চেলিচাইলিক্
এচিদ্
|
যকৃতত বিষক্ৰিয়া,
অতি-সংবেদনশীলতা
|
|
ইথাম্বুটল্
|
চকুৰ স্নায়ুজনিত বিকাৰ,
শৰীৰৰ অন্য অংশৰ স্নায়ুজনিত বিকাৰ
|
বহু-ঔষধ প্ৰতিৰোধী যক্ষ্মাৰ
তুলনাত অত্যন্ত ঔষধ প্ৰতিৰোধী যক্ষ্মাৰ ফলত হোৱা মৃত্যুৰ হাৰ অধিক, যিহেতু ইয়াৰ চিকিৎসাৰ
বাবে থকা বিকল্প উপায় অতি সীমিত। অৱশ্যে সুখৰ কথা যে সম্প্ৰতি এইটো প্ৰমাণিত হৈছে যে
উপযুক্ত সময়ত উন্নত চিকিৎসা প্ৰয়োগ কৰিলে, এনে ৰোগো নিৰাময় কৰা সম্ভৱ। কিন্তু, বহুবোৰ
কাৰকৰ ওপৰত এনে চিকিৎসাৰ সফলতা নিৰ্ভৰ কৰে; যেনে: সংশ্লিষ্ট বীজাণুৰ ঔষধ-প্ৰতিৰোধী
ক্ষমতাৰ প্ৰকৃতি আৰু পৰিসৰ, ৰোগৰ গভীৰতা, ৰোগীৰ ৰোগ-প্ৰতিৰোধী ক্ষমতাৰ অৱস্থা আৰু দ্বিতীয়
পৰ্য্যায়ৰ ঔষধৰ উপলভ্যতা, ইত্যাদি।
ধুনীয়া। আগলৈও লিখিব
ReplyDeleteclick here for free whatsapp status, free job news earn money online, Assamese story, Assamese poem, Assamese technical , horror story, free dating site, click here
ipvanish-crack is for Windows XP, 8, 8.1. I can only assume that the web did not originate as a playground for both men and women, interrogators and hackers. The people who set it up did not have in mind what would contribute to their benefit.
ReplyDeletenew crack
This article is so innovative and well constructed I got lot of information from this post. Keep writing related to the topics on your site. Idm Crack
ReplyDeletewondershare safeeraser crack
ReplyDeletecyberlink powerdirector crack 2
piriform recuva pro crack
https://healthmedicinebelarusian.blogspot.com/2009/11/blog-post.html?showComment=1543571765087#c3645866257470036643
ReplyDeletegood work
ReplyDeletehttp://freecrackkey.com/bitdefender-total-security-crack-free-download-latest/
http://freecrackkey.com/k7-total-security-crack-2021/
http://freecrackkey.com/driver-toolkit-license-key-free-download-latest/
http://freecrackkey.com/ummy-video-downloader-crack-free-download-latest/
Videopad Video Editor Crack
ReplyDeleteEmsisoft Anti-Malware Crack
Cracks
Nitro Pro Crack
Vuescan Pro Crack
Sketchup Pro Crack
I was very happy when I found this place on the Internet.
ReplyDeleteI have to thank you at least once for this amazing read !!
I definitely liked it a bit and you saved it too
See something new on your site as a favorite
daemon tools lite crack
tenorshare icarefone crack
hot door cadtools crack
office tab enterprise crack
Thank you for your dedication.
ReplyDeleteto your website and the content you provide.
It's always refreshing to stumble onto another blog.
reprinted material that is unnecessary. Great job!
I've saved your site to my favourites and subscribed to your RSS feeds through Google.
blumentals rapid php with crack
cyberlink photodirector ultra crack
pycharm crack
adobe illustrator cc crack
I like your all post. You have done really good work. Thank you for the information you provide, it helped me a lot. I hope to have many more entries or so from you.
ReplyDeleteVery interesting blog.
Virtual DJ Pro Infinity Crack
Adobe Acrobat Pro DC Crack
Hot Door CADtools Crack
DocuFreezer Crack
BS.Player Pro Crack
NetSetMan Pro Crack
GTA Vice City Crack is the world’s best game. It is the second 3D round OF Grand Theft Auto arrangement.
ReplyDeletePassMoz LabWin Crack is a secret phrase recuperation programming which uses to recuperate or reset the failed to remember the secret phrase of the windows with the assistance of passMoz. One can undoubtedly make a secret word reset plate with USB or CD and DVD to open your secured PC.
Rank Tracker Crack is an enterprise set up to rank in search engines for the highest SEO tricks. It is a real part of the SEO programs to get more ready-made fun.